Top 10 Largest Country in the World / পৃথিৱীৰ ভিতৰত 10খন সকলোতকৈ ডাঙৰ দেশ
Description
এই পৃথিৱীত মুঠ 195 খন দেশ আছে | ইয়াৰে কোনেবাখন যথেষ্ট সৰু আৰু কোনোবাখন যথেষ্ট ডাঙৰ | মই এই ভিডিঅ টোত পৃথিৱীৰ সকলোতকৈ ডাঙৰ 10 খন দেশৰ বিষয়ে কৈছো | কিবা ভুল হলে ক্ষমা কৰি দিব আৰু সেই ভুলটো কমেন্ট কৰি জনাব | সেই দেশকেইখন হ'ল
1/ ৰাছিয়া
2/ কানাডা
3/ USA
4/ চীন
5/ ব্ৰাজিল
6/ অষ্ট্ৰেলিয়া
7/ ভাৰতবৰ্ষ
8/ আৰ্জেন্টিনা
9/ কাজাখস্তান
10/ আলজেৰিয়া
Comments